খকনবস্তি মণ্ডলীৰ
যুৱ আৰু চাণ্ডেস্কুলৰ সাধাৰণ অধিবেশন 2020
দিনাংক : 23 অক্টোবৰ আৰু 24 অক্টোবৰ 2020
কাৰ্য্যসূচী
দিনাংক : 23 অক্টোবৰ 2020
সময় : 09 বজাৰ পৰা 03 বজালৈ
1. উপাসনা : ROSTER MURMU দ্বাৰা
2. আদৰণী গীত : যুৱ আৰু চাণ্ডেস্কুল হৈ
3. শিক্ষা : মথি 18 : 3-5 পদ PREMSON TOPNO দ্বাৰা
4. প্ৰতিযোগিতা
Primary 1. বাইবেলৰ পদ মুখস্থ
2 আজ্ঞা মুখস্থ
3 গীত
Intermediate 1. বাইবেলৰ পদ মুখস্থ
2 আজ্ঞা মুখস্থ
3 গীত
Junior 1. বাইবেলৰ পদ মুখস্থ
2 আজ্ঞা মুখস্থ
3 গীত
Senior 1. বাইবেলৰ পদ মুখস্থ
2 আজ্ঞা মুখস্থ
3 গীত
কাৰ্য্যসূচী
দিনাংক : 24 অক্টোবৰ 2020
সময় : 09 বজাৰ পৰা 03 বজালৈ
1. উপাসনা : HUSSIYANI BODRA দ্বাৰা
2. আদৰণী গীত : যুৱ আৰু চাণ্ডেস্কুল হৈ
3. শিক্ষা : মথি 7 : 7-12 পদ ROSTER MURMU দ্বাৰা
4. প্ৰতিযোগিতা
Primary 1. বাইবেল অধ্যয়ন
2 নৃত্য
Intermediate 1. বাইবেল অধ্যয়ন
2 নৃত্য
Junior 1. কুইজ
2 আকষ্মিক বক্তব্য
3 নৃত্য
Senior 1. কুইজ
2আকষ্মিক বক্তব্য
3 নৃত্য
●চাণ্ডেস্কুলৰ সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী সময়ত উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হয়।
●যুৱ সংঘৰ বিষয় -ববীয়া ও সদস্যবৃন্দকো সময়ত উপস্থিতথাকিবলৈ অনুৰোধ জনোৱা হয়।
●যুৱ সংঘৰ সদস্য সকলেও এই প্ৰতিযোগিতা সমুহত অংশগ্ৰহণ কৰিব পাৰিব।
যুৱ আৰু চাণ্ডেস্কুল হৈ
Roster Murmu Premson Topno Hussiyani Bodra
Aprel Topno Jaypal Topno
0 Comments